ৰঙাপৰাত বিদ্যুৎস্পৃষ্ট  হৈ এজনৰ মৃত্যু

যুৱকজনে নিজ বাসগৃহত বিদ্যুৎ মেৰামতি কৰি থকা সময়তে বিদ্যুতপৃষ্ট হৈ মৃত্যুমুখত পৰে

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শোণিতপুৰৰ ৰঙাপৰাৰ ৪ নং গেৰেকাজুলি সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হৈছে ৷ ৪ নং গেৰেকাজুলিৰ চানচোৰাম বসুমতাৰী নামৰ যুৱকজনে নিজ বাসগৃহত বিদ্যুৎ মেৰামতি কৰি থকা সময়তে বিদ্যুতস্পৃষ্ট হৈ মৃত্যুমুখত পৰে ৷ 

নিশা ৰাইজে যুৱকজনক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে  যুৱকজন মৃত বুলি ঘোষণা কৰে৷ 

ৰঙাপৰা