/asomiyapratidin/media/media_files/2025/12/01/1-2025-12-01-18-34-26.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ৷
/asomiyapratidin/media/post_attachments/eb85dde9-3ff.png)
ৰঙাপৰাৰ পৰা AS-12-AN- 4019 নম্বৰৰ মটৰ চাইকেলেৰে যুৱকজন ঘৰলৈ গৈ থকা সময়ত কোনো অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত হাৰচুৰা চাহ বাগিচাৰ ১ নং লাইনৰ যুৱক দিপক তচ্ছা থিতাতে নিহত হয় ৷ আনহাতে বাহনখনত থকা আনজন যুৱক ৰাকেশ গোৱালা গুৰুতৰভাৱে আহত হয় ৷
/asomiyapratidin/media/post_attachments/6a8db143-628.png)
আহত যুৱকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us