/asomiyapratidin/media/media_files/2025/04/09/IGlcvK4cWZoRl0RSvRLO.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : পদুলি মুখত হেঁপাহৰ ৰঙালী বিহু । ৰাজ্যৰ চৌদিশে এতিয়া ঢোল- পেঁপাৰ গুমগুমণি ।
জামুগুৰিহাটতো চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । জামুগুৰিহাটৰ বাপুজী ভৱণত জামুগুৰি আঞ্চলিক বিহু হুঁচৰি দলৰ নেতৃত্বত চলা বিহু হুঁচৰি অখৰাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ কেইবাগৰাকীও যুৱকৰ লগতে যুৱতীসকল ।
উল্লেখযোগ্য যে, শৃংলাবদ্ধভাৱে চলি থকা এই বিহু হুঁচৰিৰ আখৰাৰ অন্তত দলটোৱে বিহুৰ বতৰত অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিব বিহু -হুঁচৰি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us