ৰাজ্যসভাৰ নিৰ্বাচনঃ বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা। অসমৰ দুখন আসনৰ বাবে ঘোষণা প্ৰাৰ্থীৰ নাম। তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰাৰ্থিত্ব প্ৰদান।

author-image
Asomiya Pratidin
New Update
rajyasabha neesss
  • ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
  • অসমৰ দুখন আসনৰ বাবে ঘোষণা প্ৰাৰ্থীৰ নাম
  • তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰাৰ্থিত্ব প্ৰদান
  • বিহাৰ, ছত্তিশগড়, হাৰিয়ানাৰ প্ৰাৰ্থীৰ নামো ঘোষণা
  • বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীনকো প্ৰাৰ্থিত্ব প্ৰদান
  • বিহাৰৰ পৰা নীতিন নবীন, শিৱেশ কুমাৰক প্ৰাৰ্থিত্ব
  • খালি হোৱা আসনৰ বাবে ১৬ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন
অসম বিজেপি বিজেপি