কমেডিয়ান অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান

ৰাজু শ্ৰীবাস্তৱ আৰু নাই। জনপ্ৰিয় অভিনেতা গৰাকী দিল্লী এইমচত শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Asomiya Pratidin
New Update
ভেণ্টিলেটৰতে আছে অসুস্থ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱঃ শেহতীয়া স্বাস্থ্যৰ বিষয়ে জানিবলৈ চাওঁক এই খবৰ…

raju srivastav passes away

ৰাজু শ্ৰীবাস্তৱ আৰু নাই।

জনপ্ৰিয় অভিনেতা গৰাকী দিল্লী এইমচত শেষ নিশ্বাস ত্যাগ কৰে।

৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।

১০ আগষ্টত হৃদ ৰোগত আক্ৰান্ত হৈছিল তেওঁ।

ট্ৰেড মিলত খোজ কাঢ়ি থকা অৱস্থাত অসুস্থ হৈ পৰিছিল অভিনেতা গৰাকী।

কৌতুক অভিনয়ৰে সকলোৰে হৃদয় জিনিছিল ৰাজু শ্ৰীবাস্তৱে।

delhi raju srivastav died