প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি…

প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি…

author-image
asomiyapratidin
New Update
প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি…

ডিজিটেল ডেস্ক : আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী। কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শনিবাৰে বীৰ ভূমিত পিতৃ, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৮ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেৱেন্দ্ৰ স্বতন্ত্ৰ বি ৰবাৰ্ট ভদ্ৰা, সাংসদ কে বেণুগোপাল আৰু বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে।

Advertisment

ৰাজীৱ গান্ধীয়ে ১৯৮৪ চনৰ পৰা ১৯৮৯ চনৰ ভিতৰত ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। টুইটাৰযোগে এটা ভিডিঅ' পোষ্ট কৰি ৰাহুল গান্ধীয়ে কয় যে, "পাপা, তুমি প্ৰতিমুহূৰ্তত মোৰ সৈতে আছা, মোৰ হৃদয়ত আছা।" মই সদায় চেষ্টা কৰিম যে তুমি দেশখনক লৈ দেখা সপোনবো পূৰণ কৰিবলৈ।"


— Rahul Gandhi (@RahulGandhi) August 20, 2022

আনহাতে, কংগ্ৰেছ দলৰ অফিচিয়েল টুইটাৰযোগেও প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক জন্ম জয়ন্তীত স্মৰণ কৰে।

rajiv gandhi india rahul gandhi