Advertisment

জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ বিয়োগ

তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ ৰসবাৰী গাঁৱত অনুষ্ঠিত ‘ৰসবাৰী পৰ্যটন মেলা’ৰ সাংস্কৃতিক অনুষ্ঠানত এটা গীত গোৱাৰ পাছতেই ঢলি পৰিছিল কন্ঠশিল্পী ৰাজীৱ শদিয়া

author-image
Asomiya Pratidin
New Update
bnghg
  • ভোগালীৰ আনন্দ-উলাহৰ মাজতে আহিল দুখবৰ
  • কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ আৰু নাই
  • সোমবাৰে দুপৰীয়া AMCH ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ
  • দেওবাৰে তিনিচুকীয়াৰ ফিল’বাৰীত অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাতে ঢলি পৰিছিল শদিয়া
  • ৰক্ত চাপ অতি নিম্ন হৈ পৰাৰ লগতে হৃদৰোগত আক্ৰান্ত হয় শদিয়া 
  • ডিঙিৰ পিছফালে শিৰাত আঘাত পোৱাৰো আশংকা চিকিৎসকৰ
ৰাজীৱ শদিয়া