ৰাজস্থানৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড, ৬ ৰোগীৰ মৃত্যু

ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড। ছাৱাই মান সিং নামৰ হাস্পতালতখনত এই অগ্নিকাণ্ড। নিশা হাস্পতালখনৰ ট্র’মা ICUত লাগে জুই।

author-image
Asomiya Pratidin
New Update
fvdfgdfdf
  • ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড
  • ছাৱাই মান সিং নামৰ হাস্পতালতখনত এই অগ্নিকাণ্ড
  • নিশা হাস্পতালখনৰ ট্র’মা ICUত লাগে জুই
  • সেই সময়ত ICUত আছিল ২৪ গৰাকী ৰোগী
  • অগ্নিকাণ্ডত ২গৰাকী মহিলাসহ ৬গৰাকী ৰোগীৰ মৃত্যু
  • ঘটনাত গুৰুতৰভাৱে আক্রান্ত বহুকেইজন ৰোগীসহ চিকিৎসাকৰ্মী
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত এই অগ্নিকাণ্ড
  • ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৰাজস্থানৰ মুখ্যমন্ত্রীয়ে
ৰাজস্থান