New Update
/asomiyapratidin/media/media_files/2025/10/15/ujjjd-2025-10-15-16-14-17.jpg)
- অচিৰেই গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী।
- জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বাবে কংগ্ৰেছৰ ন্যায় যাত্ৰাত অংশ ল'ব ৰাহুল গান্ধীয়ে।
- অহা ১৭অক্টোবৰত গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী।
- অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আয়োজন কৰিছে এই ন্যায় যাত্ৰা।
- ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছে আগন্তুক সময়ত আৰম্ভ কৰিব এই ন্যায় যাত্ৰাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us