ৰহাত ৰে'লৰ খুন্দাত নিহত সাংবাদিক কুঞ্জ কাকতি...

ৰহাত নিহত সাংবাদিক ৰে'লৰ খুন্দাত নিহত সাংবাদিক কুঞ্জ কাকতি নামৰ সাংবাদিকজনৰ ৰহাৰ সৰাগাঁৱত সংঘটিত এই ঘটনা কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হয় সাংবাদিকজনৰ

author-image
Asomiya Pratidin
New Update
dddfff
  • ৰহাত নিহত সাংবাদিক। 
  • ৰে'লৰ খুন্দাত নিহত সাংবাদিক কুঞ্জ কাকতি নামৰ সাংবাদিকজনৰ। 
  • ৰহাৰ সৰাগাঁৱত সংঘটিত এই ঘটনা। 
  • কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হয় সাংবাদিকজনৰ। 
  • গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা এক্সপ্ৰেছ খনে সন্ধ্যা প্ৰায় ৭:৩০ বজাত খুন্দা মাৰে কাকতিক। 
  • সাংবাদিক কাকতিৰ ঘৰ ৰহাৰ দীঘলদৰিত। 
  • সাংবাদিক গৰাকীৰ মৃত্যুৰ কাৰন এতিয়া ৰহস্যজনক। 
  • ঘটনাস্থলীত ৰে'ল আৰক্ষী আৰু ৰহা আৰক্ষী উপস্হিত হৈছে ।

সাংবাদিক