New Update
/asomiyapratidin/media/media_files/2025/07/01/1-2025-07-01-21-12-49.jpg)
- গোৱালপাৰাৰ কৃষ্ণাইত অঘটন
- বেতবাৰী বিদ্যাপাৰাত মনিৰুল শ্বেখ নামৰ এজন লোকৰ চৰম সিদ্ধান্ত গ্ৰহণ
- পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত এই বিদ্যাপাৰা অঞ্চল
- অঞ্চলটোত উচ্ছেদৰ বাবে জাননী জাৰি কৰিছিল প্রশাসনে
- ১০ জুলাইৰ ভিতৰত অঞ্চলটো খালী কৰাৰ নিৰ্দেশ দিছিল
- ইয়াকে লৈ লোকজনে হতাশগ্রস্ত হৈ শেষ সিদ্ধান্ত লোৱাৰ অভিযোগ ৰাইজৰ
- উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান ৰাইজৰ