দুৰ্বৃত্তৰ গুলীত মৃত্যু হোৱা ৰঞ্জিত বৰা নগাঁৱৰ ডি.টি.অ' শোণিত বৰাৰ ভাতৃ...

বৰাৰ বহু আত্মীয় উপস্থিত হয় জি.এম.চি.এইছত
guwahati
guwahati
  • পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত মৃত্যু হোৱা ৰঞ্জিত বৰা নগাঁৱৰ পৰিবহণ বিষয়া শোনিত বৰাৰ ভাতৃ।

  • আৰক্ষীৰ মহাপৰিদৰ্শক নিতুল গগৈৰো আত্মীয় বৰা।

  • জি.এম.চি.এইছত উপস্থিত হয়গৈ মহাপৰিদৰ্শক গগৈ।

  • বৰাৰ বহু আত্মীয় উপস্থিত হয় জি.এম.চি.এইছত।

  • পূৰবী ডায়েৰীৰ বিতৰক আছিল বৰা।

  • আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো ক্লু লাভ কৰা নাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in