/asomiyapratidin/media/media_files/2025/05/01/CwCmA9NKrb7Zwc42d88R.jpg)
ডিজিটেল সংবাদ, শিলচৰ: পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ আজিও অব্যাহত আছে কাছাৰ জিলাত। পাকিস্তানৰ বিৰুদ্ধে বৃহস্পতিবাৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে কাছাৰ একাংশ লোকে।
/asomiyapratidin/media/media_files/2025/05/01/LAuCJkIvT3fqoiCBTsYu.jpeg)
ৰাজপথৰ মাজত পাকিস্তানৰ ৰাষ্ট্ৰীয় পতাকা অংকন কৰি তাৰ কাষতে পাকিস্তান মুৰ্দাবাদ লিখি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে। এই পতাকাৰ ওপৰেৰে পাৰ হৈ গৈছে যান বাহনসমূহ।
/asomiyapratidin/media/media_files/2025/05/01/uqKF9LxmYnMIONLHJuyK.jpeg)
বুধবাৰে নিশা এই দৃশ্য দেখা গৈছে শিলচৰ-কুম্ভীৰগ্ৰাম ভি আই পি ৰোডত।ডাবল লেনৰ দুয়োটা পথতে এইদৰে পাকিস্তানৰ জাতীয় পতাকা অংকন আৰু মুৰ্দাবাদ লিখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিলচৰৰ এইসকল লোকে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us