নগাঁও জিলাৰ কচুৱাৰ ফাকলি, বগৰীতল,হতীখুতিত প্ৰতিবাদ। ক'লা বেজ পৰিধান কৰি ঈদৰ নামাজ সম্পন্ন একাংশ ইছলাম ধৰ্মাৱলম্বী লোকৰ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ। চৰকাৰক দাবী জনাই মুছলমান সমাজে।