SRৰ বিৰুদ্ধে প্ৰতিবাদ : কৃষক মুক্তিৰ সভাপতিক গ্ৰেপ্তাৰ

SRৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ KMSSৰ সভাপতি। ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নাজিমুল হকক গ্ৰেপ্তাৰ।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • SRৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ KMSSৰ সভাপতি।
  • ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নাজিমুল হকক গ্ৰেপ্তাৰ।
  • গৌৰীপুৰ আৰক্ষী থানাত জেৰা অব্যাহত সভাপতিগৰাকীক।
  • সভাপতিগৰাকীৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ দলৰ।
  • চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত বুধবাৰে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি।
কৃষক মুক্তি সংগ্ৰাম সমিতি