/asomiyapratidin/media/media_files/2025/12/08/428-2025-12-08-11-14-12.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ গমিৰিপালৰ চাপৰিত বন্যহস্তীৰ উপদ্ৰৱ। নষ্ট কৰিছে বিঘাই বিঘাই আলুৰ লগতে ৰঙালাওৰ খেতি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত নিশাৰ ভাগত ওলাই আহি জনাঞ্চত প্ৰবেশ কৰা বন্যহস্তীৰ জাকে তহিলং কৰিছে কৃষকৰ খেতি-বাতি। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱৰ সমস্যা দীৰ্ঘদিনীয়া যদিও বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাত বন বিভাগৰ বিষয়া কৰ্ম্মচাৰীসকল চূড়ান্তভাৱেই ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us