অসম ভ্ৰমণ সামৰি উভতিল প্ৰিয়ংকা গান্ধী

দুদিনীয়া অসম ভ্ৰমণ সামৰি শুকুৰবাৰে দিনৰ ১১-৪০ বজাত দিল্লী অভিমুখে যাত্ৰা কৰে প্ৰিয়ংকা গান্ধীয়ে। তেওঁৰ এই ভ্ৰমণত বৃহস্পতিবাৰে পুৱতি নিশা পৰ্যন্ত দলীয় কাৰ্যকৰ্তাৰে বহিছিল বৈঠকত।

author-image
Asomiya Pratidin
New Update
165
  • দুদিনীয়া অসম ভ্ৰমণ সামৰি শুকুৰবাৰে দিনৰ ১১-৪০ বজাত দিল্লী অভিমুখে যাত্ৰা কৰে প্ৰিয়ংকা গান্ধীয়ে।
  • তেওঁৰ এই ভ্ৰমণত বৃহস্পতিবাৰে পুৱতি নিশা পৰ্যন্ত দলীয় কাৰ্যকৰ্তাৰে বহিছিল বৈঠকত।
  • মানৱেন্দ্ৰ শৰ্মা কম্পেক্সত অনুষ্ঠিত বৈঠকতো অংশ লৈছিল তেওঁ।
  • তাত তেওঁ উন্মোচন কৰিছিল বিজেপিৰ বিৰুদ্ধে এখন ইস্তাহাৰ পত্ৰ।
  • প্ৰদেশ কংগ্ৰেছৰ জিলা সভাপতি তথা বিধায়কসকলৰ সৈতে বহিছিল বৈঠকত।
  • তাৰোপৰি শুকুৰবাৰে পুৱাই গৈছিল জুবিন ক্ষেত্ৰলৈ। 
  • তাত তেওঁ শিল্পীগৰাকীৰ প্ৰতি জনাইছিল শ্ৰদ্ধা।
প্ৰিয়ংকা গান্ধী