ভাৰতৰ ব্যক্তিগত খণ্ডৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধি

ভাল খবৰ। ভাৰতৰ ব্যক্তিগত খণ্ডৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধি পাইছে। চলিত বৰ্ষৰ জুনত ইয়াৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছেগৈ।

author-image
Asomiya Pratidin
New Update
dghjg

ডিজিটেল ডেস্ক : ভাল খবৰ। ভাৰতৰ ব্যক্তিগত খণ্ডৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধি পাইছে। চলিত বৰ্ষৰ জুনত ইয়াৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছেগৈ। 

Advertisment

সোমবাৰে এই কথা এক ব্যক্তিগত সমীক্ষাত প্ৰকাশ পাইছে। সমীক্ষাত পোৱা তথ্য অনুসৰি বিগত ১৪ মাহৰ পাছত ভাৰতৰ ব্যক্তিগত খণ্ডৰ উৎপাদন বৃদ্ধি পাইছে। যাৰ ফলত মুঠ নতুন ব্যৱসায়িক গ্ৰহণ আৰু আন্তঃৰাষ্ট্ৰীয় বিক্ৰীৰ হাৰো বৃদ্ধি পাইছে।
 

উল্লেখযোগ্য যে, এছ এণ্ড পি গ্ল’বেলৰ দ্বাৰা সংকলিত এইচ এছ বি চিৰ ফ্লেছ ইণ্ডিয়া কম্পোজিত পাৰ্চেজিং মেনেজাৰছ ইনডেক্স ৬১ শতাংশলৈ বৃদ্ধি পাইছে। যিটো মে’ ত ৫৯.৩ৰ তলত আছিল। এই বৃদ্ধিৰ হাৰে এতিয়া দেশৰ ব্যক্তিগত খণ্ডৰ বিভিন্ন নিৰ্মাণকাৰী সংস্থাক দেখুৱাইছে আশাৰ ৰেঙণি। 

অৰ্থনীতি