New Update
/asomiyapratidin/media/media_files/2026/02/11/97-2026-02-11-18-13-08.jpg)
- নগাঁও বিশেষ কাৰাগাৰত কয়দীৰ প্ৰতিবাদ।
- কাৰাগাৰ অধীক্ষক ৰাজু চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ।
- কয়দীলৈ ঘৰৰ পৰা অহা ধন আত্মসাৎ কৰাৰো অভিযোগ।
- কয়দীৰ পৰিয়ালৰ পৰা ধন দাবী কৰা বুলি অভিযোগ চৌধুৰীৰ বিৰুদ্ধে।
- কাৰাগাৰত উপস্থিত হৈছে নগাঁৱৰ অতিৰিক্ত আয়ুক্ত।
- বৰ্তমান অতিৰিক্ত আয়ুক্ত উপস্থিত হোৱা পাছতেই প্ৰতিবাদ বন্ধ কৰে কয়দীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us