অসম পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

অসম পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিশেষ বিমানেৰে মৰাণত অৱতৰণ মোডীক কঢ়িয়াই অনা বিমান

author-image
Asomiya Pratidin
New Update
127
  • অসম পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • বিশেষ বিমানেৰে চাবুৱাত অৱতৰণ মোডীক কঢ়িয়াই অনা বিমান।
  • ভাৰতীয় বায়ুসেনাৰ ই এল এফ ফিল্ডত অৱতৰণ কৰে বিমানখনে। 
  • দিনজোৰা কাৰ্যসূচী হাতত লৈ অসমলৈ আহিছে প্ৰধানমন্ত্ৰীগৰাকী।
  • ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মোডীক আদৰি নিয়া হৈছে।
  • ই এল এফ ফিল্ডত সাদৰ সম্ভাষণ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী