বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল

 বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল। সংবাদমেল সম্বোধন APCC ৰ সভাপতি গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈৰ।

author-image
Asomiya Pratidin
New Update
image (36)
  •  বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল 
  • সংবাদমেল সম্বোধন APCC ৰ সভাপতি গৌৰৱ গগৈ, লুৰীণজ্যোতি গগৈৰ  
  • AJP, APHLC, CPM ক লগত লৈ সংবাদমেল সম্বোধন  
  • আসন ভাগ বাটোৱাৰাক লৈ এই সংবাদমেল 
  • সংবাদমেলত নাই ৰাইজৰ দলৰ প্ৰতিনিধি 
  • সংবাদমেলত উপস্থিত CPM ৰ  ৰাজ্যিক সাধাৰণ সম্পাদক সুপ্ৰকাশ তালুকদাৰ 
  • লগতে সংবাদমেলত উপস্থিত APHLC ৰ  সভাপতি জন ইংতি কাথাৰ  
গৌৰৱ গগৈ