কোন দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? আজি অনুষ্ঠিত হ’ব নিৰ্বাচন…

কোন দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? আজি অনুষ্ঠিত হ’ব নিৰ্বাচন…

author-image
asomiyapratidin
New Update
কাইলৈ ৰাষ্ট্ৰপতি নিৰ্বাচন; দেশে পাব দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি !

ডিজিটেল ডেস্ক: আজি অনুষ্ঠিত হ'ব দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। সংসদ ভৱন আৰু বিধানসভা ভৱনত অনুষ্ঠিত হ'ব নিৰ্বাচন।

Advertisment

আজি ভাগ্য নিৰ্ণয় হ'ব NDAৰ সমৰ্থিত প্রাৰ্থী দ্রৌপদী মুৰ্মু আৰু বিৰোধীৰ উমৈহতীয়া প্রাৰ্থী যশোৱন্ত সিনহাৰ। প্রতিজন সাংসদ আৰু বিধায়কৰ ভোটৰ মূল্য নিৰ্ধাৰণ কৰা হয় এই নিৰ্বাচনত।

ৰাজ্যভেদে বিধায়কসকলৰো ভোটৰ মূল্য পৃথক পৃথক। ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অন্ত পৰিব ২৪ জুলাইত । ২৫ জুলাইত শপত ল'ব দেশৰ নতুন ৰাষ্ট্রপতিয়ে।

আৰু পঢ়ক: ভুৱা ডক্টৰেট ! হাৰ্হি মহাবিদ্যালয়ৰ দুজনলৈ  চমন

president election yashwant sinha india draupadi murmu