/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b32ca6ad-f31a-4b26-ae8f-f34259523a2a/president.jpg)
president of india
আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসমত দ্বিতীয় দিন।
পুৱাই মা কামাখ্যা মন্দিৰলৈ যাব ৰাষ্ট্ৰপতিগৰাকী।
ইতিমধ্য়ে মা কামাখ্যা মন্দিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
মন্দিৰত উপস্থিত আছে কেইবাজনো সাংসদ, বিধায়ক।
ইয়াৰ পিছতে কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।
কলাক্ষেত্ৰৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ১০০ খন বিদ্যালয়ৰ প্ৰতীকাত্মক আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।
ইয়াৰ উপৰিও ৩ সহস্ৰাধিক অংগনাবাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰো শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।