Advertisment

সমাগত গণৰাজ্য দিৱস ! প্ৰস্তুতি তুংগত হামৰেনত...

আৰক্ষী বাহিনীসহ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেডদ অংশগ্ৰহণৰ উদ্দেশ্যে অনুশীলন অব্যাহত ৰাখিছে । ইয়াৰ লগতে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হামৰেনঃ সমাগত গণৰাজ্য দিৱস । ২৬ জানুৱাৰী,দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিব গণৰাজ্য দিৱস । সমান্তৰালভাৱে গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি তুংগত হামৰেনত ।

Advertisment

আৰক্ষী বাহিনীসহ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেডদ অংশগ্ৰহণৰ উদ্দেশ্যে অনুশীলন অব্যাহত ৰাখিছে । ইয়াৰ লগতে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । 
 
জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলে হামৰেণ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱস সুকলমে উদযাপন কৰিবলৈ অহৰহ যাৱতীয় কাম-কাজৰ নিৰীক্ষণ কৰাৰ লগতে চকু ৰাখিছে নিৰাপত্তা সম্বন্ধীয় দিশসমূহত ।

গণৰাজ্য দিৱস গণৰাজ্য দিৱসৰ পেৰেড