প্ৰতিদিন টাইমৰ সাংবাদিকক খবৰ সংগ্ৰহত বাধা...

শেখৰ-অমৃতপ্ৰভাক লৈ যোৱা কনভয়ৰ পাছত গৈছিল প্ৰতিদিন টাইমৰ সাংবাদিক অন্য সংবাদ মাধ্যমক বাধা প্ৰদান কৰা নাই আৰক্ষীয়ে লামডিং আৰক্ষীলৈ ওপৰৰ পৰা নিৰ্দেশ অহা বুলি জনালে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
new ap web 7 (4)
  • প্ৰতিদিন টাইমৰ সাংবাদিকে সংগ্ৰহ কৰিব নোৱাৰিব খবৰ
  • সাংবাদিকক খবৰ সংগ্ৰহত বাধা প্ৰদান লংকা আৰক্ষীৰ
  • শেখৰ-অমৃতপ্ৰভাক লৈ যোৱা ক'নভয়ৰ পাছত গৈছিল প্ৰতিদিন টাইমৰ সাংবাদিক
  • অন্য সংবাদ মাধ্যমক বাধা প্ৰদান কৰা নাই আৰক্ষীয়ে
  • লামডিং আৰক্ষীলৈ ওপৰৰ পৰা নিৰ্দেশ অহা বুলি জনালে আৰক্ষীয়ে
  • ডিমা হাছাও জিলাত প্ৰৱেশৰ সময়তে বাধা সংবাদিকক
  • কেৱল প্ৰতিদিন টাইমক বাতৰি সংগ্ৰহত বাধা প্ৰদান
  • ইতিমধ্যে লামডিং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ হাফলং অভিমুখে ৰাওনা দিছে আৰক্ষীৰ ক'নভয়
লামডিং আৰক্ষী প্ৰতিদিন গোষ্ঠী প্ৰতিদিন টাইম শেখৰজ্যোতি গোস্বামী