প্ৰমোদ বড়োৰ মনোনয়নৰ সময়ত সংগ দিলে বিজেপিৰ বহু জ্যেষ্ঠ নেতা-মন্ত্ৰী-বিধায়কে

প্ৰমোদ বড়োৰ মনোনয়নৰ সময়ত সংগ দিলে বিজেপিৰ বহু জ্যেষ্ঠ নেতা-মন্ত্ৰীয়ে-বিধায়ক।  দুই বিজেপি প্ৰাৰ্থী যোগেন মহন আৰু তেৰশ গোৱালাৰ সৈতে বড়ো মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল। 

author-image
Asomiya Pratidin
New Update
pramod bodood
  • প্ৰমোদ বড়োৰ মনোনয়নৰ সময়ত সংগ দিলে বিজেপিৰ বহু জ্যেষ্ঠ নেতা-মন্ত্ৰী-বিধায়ক। 
  • দুই বিজেপি প্ৰাৰ্থী যোগেন মহন আৰু তেৰশ গোৱালাৰ সৈতে বড়োৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল। 
  • সৰ্বানন্দ সোণোৱাল, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, চন্দ্ৰমোহন পাটোৱাৰী, 
  • কমলাক্ষ দে পুৰকায়স্থ, হেমাংগ ঠাকুৰীয়া, অশোক সিংঘাল, তৰংগ গগৈ, 
  • দিগন্ত কলিতা, ৰণজিত কলিতা, ইউ জি ব্ৰহ্ম, কেশৱ মহন্ত, অতুল বৰা আদি।
প্ৰমোদ বড়ো