নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন বিশিষ্ট সাংবাদিক প্ৰদীপ বৰুৱাৰ

নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল বিশিষ্ট সাংবাদিক প্ৰদীপ বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া। ৮৭ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই। প্ৰান্তিকৰ পিতৃগৰাকীৰ মৃত্যুত অসমবাসীয়ে প্ৰকাশ কৰিছে শোক

author-image
Asomiya Pratidin
New Update
new ap web 1 (42)
  • নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ল বিশিষ্ট সাংবাদিক প্ৰদীপ বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া
  • বুধবাৰে সন্ধিয়া ৭.২৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে
  • বৰুৱাৰ মৃত্যুত মৰ্মাহত হৈছে সমগ্ৰ অসমবাসী
  • পুৱা ৮ বজাত তেওঁৰ নশ্বৰদেহ হাস্পতালৰ পৰা বাসগৃহলৈ অনা হয়
  • ৮৭ বছৰ বয়সত মৃত্যু হয় 'প্ৰান্তিক'ৰ প্ৰতিষ্ঠাপক প্ৰদীপ বৰুৱাৰ
প্ৰদীপ বৰুৱা প্ৰান্তিক