/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2553b1b1-9929-464d-8a86-4581059c5a7c/14c046c1_5b5b_4254_957b_6d7a58fed262.jpg)
-
৮বজাৰে পৰা আৰম্ভ হৈছে পোষ্টেল বেলটৰ ভোটগণনা।
-
পোষ্টেল গণনাৰ ২৫খন আসনৰ তথ্য আহিছে।
-
১৫খনত আগবাঢ়ি আছে এন ডি এৰ প্ৰাৰ্থী।
-
১০খন আগবাঢ়ি আছে ইণ্ডিয়াৰ প্ৰাৰ্থী।
-
৮.৩০বজাৰ পৰা আৰম্ভ হ'ব ই ভি এম ভোটগণনা।
-
ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হৈছে এই ভোটগণনা।