New Update
/asomiyapratidin/media/media_files/2025/12/08/434-2025-12-08-16-00-53.jpg)
- অসমত উপস্থিত হৈছে পপ সংগীত শিল্পী প'ষ্ট মেলন।
- বিয়লি প্ৰায় ৩-৪৫ বজাত লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰত উপস্থিত হৈছে মেলন।
- এখন বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছে শিল্পীগৰাকী।
- খানাপাৰাৰ অনুষ্ঠানলৈ কিছু সময় পাছতে ৰাওনা হ'ব মেলন।
- ইতিমধ্যে বিমান বন্দৰৰ পৰা আদৰি আনিছে প'ষ্ট মেলনক।
- কিছু সময় পাছতে খানাপাৰাত সংগীতানুষ্ঠান পৰিৱেশন কৰিব তেওঁ।
- ইতিমধ্যে দুপৰীয়াৰ পৰা খানাপাৰাৰ খেলপথাৰত ভিৰ কৰিছে অনুৰাগীয়ে।
- মোতায়ন কৰা হৈছে কটকটীয়া নিৰাপত্তাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us