সাৱধান : প্ৰবল বৰষুণৰ সম্ভাৱনা, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি

শাৰদীয় দুৰ্গা পূজাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কিয়নো আজিৰে পৰা দুদিন ধৰি আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকাৰ কথা সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই

author-image
Asomiya Pratidin
New Update
mumbai

ডিজিটেল ডেস্ক : শাৰদীয় দুৰ্গা পূজাৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। কিয়নো আজিৰে পৰা দুদিন ধৰি আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকাৰ কথা সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 

তাৰোপৰি সতৰ্কবাণীও জাৰি কৰিছে। অৱশ্যে এই সতৰ্কবাণী মুম্বাইৰ বাবেহে। ২৯ ছেপ্তেম্বৰৰ পৰা অনাগত দুটা দিনত চহৰখনত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰ