New Update
/asomiyapratidin/media/media_files/2025/04/25/za0V2ljkpUOuzVXoynAZ.jpg)
নিহত এজন আৰক্ষীৰ জোৱান
- বজালীৰ ভৱানীপুৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
- দুৰ্ঘটনাত নিহত বজালীৰ এজন আৰক্ষীৰ জোৱান
- চাৰিচকীয়া পাচলি ভৰ্তি বাহনে মহতিয়াই নিয়ে বাইক আৰোহীক
- চাৰিচকীয়া বাহন খনৰ নম্বৰ ML05-AC-5395
- দুৰ্ঘটনাত বাইক আৰোহী গৰাকী থিতাতে নিহত
- দুজনক সংকট জনক অৱস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ
- এজনক ভৱানীপুৰ অসামৰিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ
- নিহত জোৱান জনৰ নাম মইনুল হক
- পাঠশালা থানাত আৰক্ষীৰ বেটেলিয়ানত কৰ্মৰত আছিল জোৱানজন
- দুৰ্ঘটনাৰ পাছতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ যান-জঁট