মেৰাপানীত সন্দেহজনক বাৰ্মিজ চুপাৰীসহ ট্ৰাক জব্দ আৰক্ষীৰ...

AS 01 MC 2433 নম্বৰৰ ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই অনা চুপাৰীখিনি নাগালেণ্ডৰ পৰা গোলাঘাট অভিমুখে সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে । মেৰাপানী আৰক্ষীয়ে বৰ্তমানে ট্ৰাকসহ চালকজনক আটক কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানীত সন্দেহজনক বাৰ্মিজ চুপাৰীসহ এখন ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত জব্দ হোৱা ট্ৰাকখনত প্ৰায় ২০ বস্তা চুপাৰী উদ্ধাৰ হয়।

বাৰ্মিজ চুপাৰী