কচুৱাত আৰক্ষীৰ অভিযান : নিচাযুক্ত দ্ৰব্যসহ আটক মহিলা

কচুৱাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। সোমবাৰে নিশা গাঁওৰক্ষীবাহিনীৰ সহযোগত নগাঁৱৰ কচুৱাৰ আৰক্ষীয়ে চলাই গোপন অভিযান

author-image
Asomiya Pratidin
New Update
কচুৱাত আৰক্ষীৰ অভিযান : নিচাযুক্ত দ্ৰব্যসহ আটক মহিলা

কচুৱাত আৰক্ষীৰ অভিযান : নিচাযুক্ত দ্ৰব্যসহ আটক মহিলা

  • কচুৱাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • সোমবাৰে নিশা গাঁওৰক্ষীবাহিনীৰ সহযোগত নগাঁৱৰ কচুৱাৰ আৰক্ষীয়ে চলাই গোপন অভিযান।
  • পণ্ডিত ঘাটত চলা এই অভিযানত ড্ৰাগছসহ আটক কৰে এগৰাকী মহিলা সৰবৰাহকাৰীক।
  • ২৬ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ আটক ছফিয়া খাতুন নামৰ সৰবৰাহকাৰী।
  • অধিক তথ্যৰ বাবে বৰ্তমানে কচুৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
Kasua Assam police