New Update
/asomiyapratidin/media/media_files/2025/05/08/EX4Qwj5KOb8TrO9ghAkI.jpg)
ধাবাত আৰক্ষীৰ অভিযান
- মৰিগাঁৱৰ আহঁতগুৰিস্থিত শিৱ ধাবাত আৰক্ষীৰ অভিযান।
- অভিযানত উৎখাত নাৰী দেহ ব্যৱসায়ী চক্ৰ।
- স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত ধাবাখনত আৰক্ষীয়ে চলাইছিল অভিযান।
- ধাৱাখনৰ পৰা আৰক্ষীয়ে দেহ ব্যৱসায়ৰ লগত জড়িত ৭ গৰাকী মহিলা আৰু ৩ জন পুৰুষ আৰু ধাবাৰ মেনেজাৰজনক কৰায়ত্ত কৰে।
- ইয়াৰোপৰি ধাবাখনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us