New Update
/asomiyapratidin/media/media_files/2025/03/16/I7mMB5aqFUhdisiPZuEw.png)
ড্ৰাগছবিৰোধী অভিযান
- ধুবুৰীত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান
- অভিযান গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰৱৰাহকাৰী
- ৰৌৱা দ্বিতীয় খণ্ড এলেকাৰ পৰা দুই সৰৱৰাহকাৰীক
- গ্ৰেপ্তাৰ সৰৱৰাহকাৰী মোহাম্মদ আলী আৰু সাহিদুৰ ৰহমান
- সৰৱৰাহকাৰী দুটাৰ পৰা জব্দ নিচাজাতীয় সামগ্ৰী, হেৰ'ইনৰ পেকেট
- শনিবাৰে নিশাৰ ভাগত ধুবুৰী আৰক্ষীয়ে চলাইছিল অভিযান
- অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) দীপজ্যোতি তালুকদাৰৰ নেতৃত্বত চলিছিল অভিযান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us