New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- বাইহাটা চাৰিআলিত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- অভিযানত উদ্ধাৰ গো-ধন ভৰ্তি কণ্টেইনাৰ বাহন।
- বাহনখনৰ পৰা জব্দ ৪৩টা চোৰাং গৰু।
- খাৰুপেটীয়াৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহৰ চেষ্টা চোৰাং গৰুকেইটা।
- ইয়াৰে ৪টা গৰু মৃত অৱস্থাত উদ্ধাৰ, ৩৯টা জীৱিত ভাৱে উদ্ধাৰ।
- আৰক্ষীয়ে আটক কৰে বাহনৰ চালক বকোৰ জাহিদুল আলীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us