New Update
/asomiyapratidin/media/media_files/2025/06/23/226-2025-06-23-17-42-06.jpg)
- কাছাৰত গুটখা খাই আৰক্ষী বিষয়াৰ মৃত্যু।
- মৃত বিষয়াজন কাছাৰৰ বিহাৰা আউট পোষ্টৰ ইনচাৰ্জ সুৰজিৎ ডেকা।
- ডিঙিত গুটখা লাগি ধৰাৰ বাবে অচেতন হৈ পৰে আৰক্ষী বিষয়াজন।
- অচেতন অৱস্থাত জি এম চি এইছলৈ প্রেৰণ কৰা হয় যদিও মৃত্যু হয় বিষয়াজনৰ।