New Update
/asomiyapratidin/media/media_files/2025/07/13/whatsapp-image-2-2025-07-13-17-04-52.jpeg)
- ম্যানমাৰত আলফা(স্বাঃ)ৰ ঘাটিত তৃতীয়বাৰৰ বাবে আক্রমণ সেনাৰ
- প্রেছ বিবৃতিযোগে আক্রমণৰ কথা জনালে আলফা(স্বাঃ)-এ
- ভাৰতীয় সেনাই অৰুণাচলৰ পৰা তৃতীয়টো ড্র’ন আক্ৰমণ কৰা বুলি দাবী আলফাৰ
- সেনাৰ আক্রমণত নিহত আলফা (স্বাঃ)ৰ ৩গৰাকী শীৰ্ষ নেতা
- নিহত লেঃ জেনেৰেল নয়ন অসম, ব্রিগেডিয়াৰ গণেশ অসম, কৰ্ণেল প্রদীপ অসম
- আক্ৰমণত আহত আন ১৯গৰাকী কেডাৰ
- ইফালে ভাৰতীয় সেনাই নস্যাৎ কৰিছে আক্রমণৰ তথ্য