অগৰাতলীত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ: গ্ৰেপ্তাৰ ৩ ডকাইত

অগৰাতলীত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ: গ্ৰেপ্তাৰ ৩ ডকাইত
  • পুৱতি নিশা বোকাখাতৰ অগৰাতলীত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ

  • আৰক্ষীৰ গুলীত আহত পল্লৱ বসুমতাৰী নামৰ এজন ডকাইত

  • গুলীৱিদ্ধ ডকাইতটোক শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি

  • গৌতম দলে আৰু বাবু শইকীয়া নামৰ আন দুই ডকাইতক গ্রেপ্তাৰ

  • ধৃত গৌতম দলে পূৰ্বে গঁড় হত্যাৰ সৈতেও জড়িত আছিল

  • পল্লৱ বসুমতাৰীৰ পৰা এটা 9mm পিষ্টল, ৪ জাঁই গুলী উদ্ধাৰ

  • তিনিও ডকাইতি, গাড়ী চুৰি আদি ঘটনাৰে জড়িত থকাৰ তথ্য প্ৰকাশ আৰক্ষীৰ

  • উদয় চাংমাই নামৰ শিক্ষকগৰাকীক গুলীওৱাৰ ঘটনাতো জড়িত তিনিওজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in