Advertisment

পুনৰ বাল্য বিবাহ বিৰোধী অভিযান, বটদ্ৰৱাত আটক দুজন...

শনিবাৰে নিশা বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহত জড়িত ২ জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল । বটদ্ৰৱাৰ ভেৰভেৰি গাঁৱত চলিছিল এই অভিযান।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ  ৰাজ্যত পুনৰ আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান। চৰকাৰৰ নিৰ্দেশত পুনৰ আৰক্ষীয়ে আৰম্ভ কৰিছে বাল্য বিবাহ বিৰোধী অভিযান।

Advertisment

শনিবাৰে নিশা বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহত জড়িত ২ জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল । বটদ্ৰৱাৰ ভেৰভেৰি গাঁৱত চলিছিল এই অভিযান।

বাল্য বিবাহ অভিযান