/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1b90c50a-bada-4b13-85bc-1f499db2ba08/download.jpg)
-
পবিতৰাত গড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু।
-
বাইক আৰোহীজন মায়ঙৰ পৰা গৈ আছিল চমতাৰ দিশে।
-
এতিয়ালৈকে চিনাক্ত হোৱা নাই মৃত বাইক আৰোহীজনৰ পৰিচয়।
-
পবিতৰাৰ হাদুগ বিলৰ সমীপত সংঘটিত হয় এই ঘটনা।
-
পবিতৰাৰ পৰা হঠাৎ ওলাই অহা এটা গড়ে আক্ৰমণ কৰিছিল বাইকত গৈ থকা লোকজনক।
-
দেওবাৰে পুৱা ১০.৪৫বজাত সংঘটিত হয় এই ঘটনা।
-
মৃত লোকজনৰ বয়স ৪০ৰ উৰ্ধৰ হ’ব।
-
ঘটনাৰ সন্দৰ্ভত আৰক্ষী আৰু বন বিভাগক খবৰ দিছে স্থানীয় লোকে।
-
মৃত বাইক আৰোহীজনৰ বাইকখনৰ নম্বৰ ASO1-AU-8998