New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- ওৰাং ৰাষ্ট্রীয় উদ্যানত মাৰণাস্ত্রসহ গ্রেপ্তাৰ চোৰাং চিকাৰী।.
- দৰং আৰক্ষীৰ অভিযানত গ্রেপ্তাৰ চোৰাং চিকাৰীটো।
- উদ্ধাৰ এটা থ্রি নট থ্রি ৰাইফল, ১১টা সজীৱ গুলী, দুটা হস্তনিৰ্মিত ৰাইফল।
- পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্রখিনি।
- গ্রেপ্তাৰ মদিন মোল্লা নামৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোক।
- বগৰীবাৰী গাঁৱৰ পৰা গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল চোৰাং চিকাৰীটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us