/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c790b7ac-43bc-4140-be9f-3efbeb64d718/KANPUR_1.jpg)
KANPUR
-
উত্তৰপ্রদেশৰ কানপুৰৰ ঘটমপুৰত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা।
-
ট্রেক্টৰৰ ট্রলী বাগৰি সোমাল পুখুৰীত।
-
দুৰ্ঘটনাত নিহত হৈছে ২৪ জনকৈ লোক।
-
আনহাতে এই দুৰ্ঘটনাত আহত হৈছে ১৬ জন লোক।
-
এতিয়ালৈকে পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে ২২জন লোকৰ মৃতদেহ।
-
চণ্ডিকা মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।
-
জানিব পৰা মতে ট্রেক্টৰখনত আছিল প্রায় ৫০জন যাত্রী।
-
ইফালে এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে শোকপ্রকাশ কৰিছে।
-
নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীয়ো ঘোষণা কৰিছে ২ লাখ টকাৰ আৰ্থিক সাহায্য।
-
আনহাতে আহতসকলৰ বাবে আগবঢ়াইছে ৫০ হাজাৰ টকাৰ অনুদান।