/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/MODI.jpg)
ডিজিটেল ডেস্কঃ প্ৰায় ৩৪বছৰৰ মুৰত দেশত প্ৰযোজ্য কৰা হল নতুন শিক্ষানীতি। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃ্ত্বত অনুষ্ঠিত হোৱা বৈঠকত নতুন শিক্ষানীতিক মঞ্জুৰী প্ৰদান কৰা হয়। বৃহস্পতিবাৰেই এই সন্দৰ্ভত ঘোষণা কৰিব কেন্দ্ৰই। উল্লেখ্য যে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ বাজেটত এই নতুন শিক্ষানীতিৰ কথা ঘোষণা কৰিছিল।