New Update
/asomiyapratidin/media/media_files/2025/06/13/qScN7GcoeFevwI27rjpL.jpg)
- আহমেদাবাদৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
- প্ৰধানমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাম মোহন নাইডুৱে
- পুৱা ৮.৩০ বজাৰ পৰা ১০.৩০ বজালৈ আহমেদাবাদতে থাকিব প্ৰধানমন্ত্ৰীগৰাকী
- হাস্পতালত আহত সকলক সাক্ষাত কৰিব নৰেন্দ্ৰ মোডীয়ে
- দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা ৰমেশ বিশ্ব কুমাৰকো সাক্ষাৎ মোডীৰ
- দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়েও এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব