প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উপলক্ষে মানকাচৰত বি জে পি কৰ্মীৰ স্বচ্ছ ভাৰত অভিযান...

স্বচ্ছ ভাৰত মিচন অভিযানৰ জৰিয়তে আৰক্ষী চকী, হাস্পতাল আৰু মন্দিৰ পৰিষ্কাৰ কৰে

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উপলক্ষে মানকাচৰত বি জে পি কৰ্মীৰ স্বচ্ছ ভাৰত অভিযান...

BJP worker's swasha Bharat

ডিজিটেল সংবাদ, মানকাচৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উপলক্ষে মানকাচৰত বি জে পি কৰ্মীৰ স্বচ্ছ ভাৰত অভিযান । ফেকামৰী মণ্ডল সমিতিয়ে পৰিষ্কাৰ কৰিলে আৰক্ষী চকী, হাস্পাতাল আৰু মন্দিৰ।

Advertisment

প্ৰধানমন্ত্ৰী মোদীৰ ৭২ সংখ্যক জন্ম দিৱস উপলক্ষে মানকাচৰৰ বিভিন্ন প্ৰান্তত দেওবাৰে বি জে পি কৰ্মী সকলে স্বচ্ছ ভাৰত মিচন অভিযানৰ জৰিয়তে আৰক্ষী চকী, হাস্পতাল আৰু মন্দিৰ পৰিষ্কাৰ কৰে।

উল্লেখযোগ্য যে বি জে পিৰ ফেকামৰী মণ্ডল সমিতিৰ উদ্যোগত কৰ্মী সকলে হাতে হাতে ঝাড়ুলৈ কা কালাপানী আৰক্ষী চকী, গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কুকুৰমাৰাৰ দাসপাৰা মন্দিৰত চাফাই অভিযান চলায় আৰু ঝাড়ুৰে পৰিষ্কাৰ কৰি আৱৰ্জনা সমূহ জ্বলাই দিয়ে।

assam bjp