LIVE UPDATES: খানাপাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে

১১০০গৰাকী শিল্পীয়ে ১৮মিনিটত পৰিৱেশন কৰিলে ড° ভূপেন হাজৰিকাৰ ১৪টা গান। অনুষ্ঠানত উন্মোচন কৰা হ’ব ভূপেন হাজৰিকাৰ জীৱনী সম্বলিত এখন গ্ৰন্থ। ৰাজ্যৰ ২০ লাখ পৰিয়ালৰ মাজত বিতৰণ কৰা হ’ব গ্ৰন্থখন।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-13 at 6.55.16 PM
  • খানাপাৰত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে।
  • সুধাকন্ঠৰ গীত গাই ১১০০ শিল্পীয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
  • অনুষ্ঠানত উপস্থিত আছে ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা।
  • মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যপালো উপস্থিত আছে অনুষ্ঠানত।
নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী