প্ৰধানমন্ত্ৰীৰ বাসগৃহত জৰুৰী বৈঠকঃ উপস্থিত সেনা প্ৰধানৰ লগতে অজিত দোভাল...

ভাৰত-পাকিস্তানৰ আক্ৰমণ-প্ৰত্যাক্ৰমৰ মাজতে সেনা প্ৰধানৰ সৈতে বৈঠক বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই বৈঠকত উপস্থিত আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালো।

author-image
Asomiya Pratidin
New Update
ujjjss

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ আক্ৰমণ-প্ৰত্যাক্ৰমৰ মাজতে সেনা প্ৰধানৰ সৈতে বৈঠক বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই বৈঠকত উপস্থিত আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালো। অজিত দোভালে নিজে এই সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে আৰু সকলো তথ্য পুংখানুপুংখভাৱে অৱগত কৰিছে প্ৰধানমন্ত্ৰীক। 

ইফালে পাকিস্তানে ভাৰতক আক্ৰমণ কৰিবলৈ জন্মুত প্ৰৱেশ কৰাৰ পাছতে ভাৰতীয় সেনাই পাকিস্তানৰ মূল মূল চহৰত আক্ৰমণ আৰম্ভ কৰিছে। ভাৰতীয় সেনাই ড্ৰোণেৰে আক্ৰমণ চলাইছে লাহোৰ আৰু শিয়ালকোটত। 

আনফালে পাকিস্তানে ভাৰতত আক্ৰমণ কৰিবলৈ জন্মুত প্ৰৱেশ কৰা পাকিস্তানৰ দুখন JF17 যুদ্ধ বিমানক ভূপতিত কৰিলে  ভাৰতৰ S400 ডিফেঞ্চ চিষ্টেমে। 

প্ৰধানমন্ত্ৰী মোডী