জুবিন গাৰ্গৰ জন্মদিন : হাজোত অৰ্ধশতাধিক নাহৰ ৰোপণ

হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়াৰ উদ্যোগত জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উদযাপন। ৰোপন কৰিলে অৰ্ধ শতাধিক নাহৰৰ পুলি।

author-image
Asomiya Pratidin
New Update
255
  • হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়াৰ উদ্যোগত জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উদযাপন।
  • ৰোপন কৰিলে অৰ্ধ শতাধিক নাহৰৰ পুলি।
  • ৰাজ্যজুৰি উদযাপন কৰা হৈছে জুবিন গাৰ্গৰ জন্মদিন।
  • হাজোৰ দমদমাত জুবিন গাৰ্গৰ জন্মদিন উদযাপন ।
  • দিনজোৰা কাৰ্য্যসূচীৰে হাজোত জুবিন গাৰ্গৰ জন্মদিন উদযাপন।
  • ৰক্তদানৰ লগতে অৰ্ধশতাধিক নাহৰৰ পুলি ৰোপন জুবিন অনুৰাগীৰ।
জুবিন গাৰ্গ