New Update
/asomiyapratidin/media/media_files/2026/01/28/uhhhhdd-2026-01-28-09-52-23.jpg)
- মহাৰাষ্ট্ৰৰ বিমান দুৰ্ঘটনাত মৃত্যু উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰ।
- দেশৰ অসামৰিক বিমান মন্ত্ৰণালয়ে সদৰি কৰিছে এই তথ্য।
- বিমানখনত থকা আন ৬গৰাকী যাত্ৰীৰো মৃত্যু হোৱাৰ তথ্য ৰাজহুৱা।
- মহাৰাষ্ট্ৰৰ পৰা বাৰামতীলৈ সতীৰ্থসহ চাৰ্টাড বিমানখনেৰে গৈছিল অজিত পাৱাৰ।
- অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us